পাঁচবাৰৰ বিজয়ী ব্ৰাজিলৰ সন্মুখত চাৰ্বিয়া

পাঁচবাৰৰ বিজয়ী ব্ৰাজিলৰ সন্মুখত চাৰ্বিয়া
Published on: 

পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল বুধবাৰে নিশা গ্ৰুপ ই'ৰ এখন খেলত চাৰ্বিয়াৰ বিৰুদ্ধে অৱতীৰ্ন হব।দুখন খেলৰ পৰা ৪ পইন্টেৰে তালিকাৰ শীৰ্ষত আছে ব্ৰাজিল।আজি ড্ৰ খেলিলেই নকআউটত পৰ্য্যায় পাব।চাৰ্বিয়াই আজি জয়ৰ বাবে সকলো উজাৰি দিয়াৰ চেষ্টা কৰিব যদিও নেইমাৰৰ উপস্থিতিত তাৰকা সমৃদ্ধ ব্ৰাজিলৰ বিৰুদ্ধে কেনেকুৱা খেল প্ৰদৰ্শন কৰে সেয়াহে লক্ষনীয় হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com