পাচঁ বছৰ সম্পূৰ্ণ YJHD

পাচঁ বছৰ সম্পূৰ্ণ YJHD
Published on: 

সম্পূৰ্ণ হ'ল কৰন জহৰৰ ছবি 'য়ে জৱানী হে দিৱানী'

সেইবাবে কৰন হৈ পৰিছে নষ্টালজিক

ছবি খনত দিপীকা আৰু ৰনবীৰৰ মাজৰ কেমেষ্টিও অতি সুন্দৰ ৰূপত দেখুওৱা হৈছিল।

ছবি খনৰ গান,মিউজিক সমূহো অতি সুন্দৰ

চাৰি জন বন্ধুৰ মাজৰ সম্পৰ্ক ছবি খনত সুন্দৰ ৰূপত দেখুৱাবলৈ সক্ষম হৈছিল ছবি খনে

The Sentinel - of this Land, for its People
www.sentinelassam.com