পুঁজিৰ অভাৱত বগীবিল দলং সংযোগী পথৰ নিৰ্মানৰ কাম স্থৱিৰ

পুঁজিৰ অভাৱত বগীবিল দলং  সংযোগী পথৰ নিৰ্মানৰ কাম স্থৱিৰ
Published on

অক্টোৱৰৰ পৰা ব্যৱহাৰ কৰিব পৰালৈ নিৰ্মান হৈ উঠিব লগিয়া বগীবিল দলং সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মানৰ কাম পুঁজিৰ অভাৱত বন্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে।পুঁজিৰ অভাৱত ঠিকাদাৰ সকলে কাম আধাতে সামৰিবলৈ বাধ্য হয়।এতিয়া নতুন গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহন কৰে সেয়াহে লক্ষ্যণীয় হব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com