পেঞ্চন লাভ কৰিব ১৬লাখ জ্যেষ্ঠই

পেঞ্চন লাভ কৰিব ১৬লাখ জ্যেষ্ঠই
Published on: 

১৬লাখ জ্যেষ্ঠই প্ৰতিমাহত লাভ কৰিব ২৫০টকাকে পেঞ্চনৰ পইচা এই কথা সদৰী কৰে অসমৰ মুখ্যমন্ত্ৰী সোণোৱালে।এই পেঞ্চনৰ প্ৰক্ৰিয়া তৰান্বিত কৰিবলৈ সংশ্লীষ্ট বিভাগক নিৰ্দেশ সোণোৱালৰ ।

The Sentinel - of this Land, for its People
www.sentinelassam.com