পেৰুৰ বিৰুদ্ধে মৰনপণ যঁজত অষ্ট্ৰেলিয়া

পেৰুৰ বিৰুদ্ধে মৰনপণ যঁজত অষ্ট্ৰেলিয়া
Published on

ৰাচিয়া বিশ্বকাপৰ গ্ৰুপ চি'ৰ অন্য এখন খেলত অষ্ট্ৰেলিয়া পেৰুৰ মুখামুখি হব।কেংগেৰু বাহিনীৰ বাবে মেচ খন অতি গুৰুত্বপূৰ্ন কিয়নো পেৰুৰ বিৰুদ্ধে যদি জয় লাভ কৰে আৰু ডেনমাৰ্ক ফ্ৰান্সৰ বিৰুদ্ধে পৰাস্ত হয় তেতিয়া অষ্ট্ৰেলিয়াৰ নকআউটত প্ৰৱেশৰ আশা নথকা নহয়।অষ্ট্ৰেলিয়াই সকলো উজাৰি দিবলৈ কৰিব লগতে পেৰুয়েও সহজে এৰি নিদিব বুলি মত আগবঢ়াইছে বিশেষজ্ঞ সকলে।

The Sentinel - of this Land, for its People
www.sentinelassam.com