পোলেন্ডৰ বিৰুদ্ধে হাৰিও নকআউটত জাপান

পোলেন্ডৰ বিৰুদ্ধে হাৰিও নকআউটত জাপান
Published on

ভলভ'গ্ৰেড এৰেনা ষ্ট্ৰেডিয়ামত বৃহস্পতিবাৰে অনুস্থিত গ্ৰুপ এইচ'ৰ এখন খেলত এচিয়াৰ শক্তি জাপান পোলেন্ডৰ বিৰুদ্ধে ০-১ গ'লত পৰাস্ত হয়।৫৯ মিনিটত জান বেডনাৰেকৰ এক দাৰ্শনীয় গ'লেৰে পোলেন্ডে অগ্ৰগতি লাভ কৰে।পৰাজয়ৰ পাছতো প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে জাপানে।কলম্বিয়া গ্ৰুপ এইচ'ৰ পৰা নকআউটত পোৱাৰ বিপৰিতে জাপান আৰু চেনেগালৰ পইন্ট সমান আছিল যদিও শৃখলাবদ্ধ দল হিচাবে নকআউটত স্থান লাভ কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com