প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আহ্বান উপায়ুক্তৰ

প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আহ্বান উপায়ুক্তৰ
Published on

গোলাঘাট জিলাৰ প্ৰশাসনৰ লগতে বন বিভাগে মঙলবাৰে ৬৯সংখ্যক বন মহোৎসৱ উদযাপন কৰে। চেলেঙীস্থিত সাধনী কলাক্ষেত্ৰত বৃক্ষ ৰূপনেৰে কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বথৰাই। উপায়ুক্ত জনে আহ্বান জনাই যে প্ৰতেকেই সেউজীয়া পৰিবেশৰ বাবে দুজোপাকে হলেও গছ ৰূব লাগে আৰু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ নকৰিবলৈ কয়।প্ৰশাসনে সমগ্ৰ দিনতোত জিলাৰ বিভিন্ন ঠাইত বৃক্ষৰূপন কাৰ্য্যসুচী ৰূপায়ন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com