প্ৰতিবছৰৰ দৰেই এইবাৰো বানপানীৰ ভয়াবহ ৰূপ

প্ৰতিবছৰৰ দৰেই এইবাৰো বানপানীৰ ভয়াবহ ৰূপ
Published on

ৰাজ্যত হোৱা ভয়াবহ বানপানীয়ে আৰু গৰাখহনীয়াই সোমবাৰে আৰু দুজন লোকক মৃত্যুৰ মূখলৈ ঠেলি দি পঞ্চম দিনা বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি কৰে। এই মূহুৰ্তত য'ত ব্ৰহ্মপুত্ৰৰ পানীপৃস্থও তললৈ অহা দেখা গৈছে তথাপিও বহুতো ঠাই বানপানীৰ কবলত পৰিছে কাৰণ আন বহুতো নৈ উপনৈৰ পানী বিপদ সীমাৰ ওপৰেদি বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ধনশিৰি, বৰাক, কুচিহাৰা আৰু কাতাখাল নদী বিপদ সীমাৰ ওপৰেদি বৈ আছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com