প্ৰতিমূৰ্ত্তি দাহ

প্ৰতিমূৰ্ত্তি দাহ
Published on
আকাশ চুব খোজা পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধিয়ে যোৱা ২৩মে'ত যোৰহাট জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে আন সংগঠন সমূহে মোদী আৰু পেট্ৰল মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
The Sentinel - of this Land, for its People
www.sentinelassam.com