প্ৰবীণ টোগাড়িয়াৰক বাধা অসম ভ্ৰমণত

প্ৰবীণ টোগাড়িয়াৰক বাধা অসম ভ্ৰমণত
Published on

অসম আৰক্ষীয়ে বাধা আৰোপ কৰিলে টোগাড়িয়াক।২মাহলৈ কোনো সাম্প্ৰদায়িক ক্ষেত্ৰত মন্তব্য প্ৰদান কৰিব নোৱাৰিব টোগাড়িয়াই।ইয়াৰ উপৰিও সংবাদ মাধ্যমতো কোনো কথা ক’ব নোৱাৰিব তেওঁ।গুৱাহাটীৰ আৰক্ষী আয়ুক্তই ১৪৪ধাৰাত নিষেধাজ্ঞা জাৰি কৰিছে।এন আৰ চি প্ৰকাশৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা থকাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে আয়ুক্তই।

The Sentinel - of this Land, for its People
www.sentinelassam.com