প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চুইডেনৰ মুখামুখি চুইজাৰলেন্ড

প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চুইডেনৰ মুখামুখি চুইজাৰলেন্ড

Published on

একাটেৰিনবাৰ্গ ষ্ট্ৰেডিয়ামত মঙলবাৰে ভাৰতীয় সময় ৭ বাজি ৩০ মিনিটৰ পৰা সপ্তমখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চুইডেন চুইজাৰলেন্ডৰ মুখামুখি হব।জাটান ইব্ৰাহিম'ভিকৰ অনুপস্থিতিত আক্ৰমন বিভাগ অলপ দুৰ্বল যদিও চুইজাৰলেন্ডক সহজে এৰি নিদিয়ে।যোগ্যতা নিৰ্নায়ক মেচত নেডাৰলেন্ড আৰু চাৰি বাৰৰ বিশ্ব চেম্পিয়ন ইটালিক হৰুৱাই ৰাচিয়াৰ টিকট ক্ৰয় কৰা চুইডেনক পৰাস্ত কৰাতো সহজ নহব চুইজাৰলেন্ডৰ বাবে।

The Sentinel - of this Land, for its People
www.sentinelassam.com