প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ ফ্ৰান্স,ডেনমাৰ্ক

প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ ফ্ৰান্স,ডেনমাৰ্ক
Published on

লুজ্নিকি ষ্ট্ৰেডিয়ামত মঙলবাৰে অনুস্থিত গ্ৰুপ চি'ৰ এখন মেচত ১৯৯৮ বিশ্বকাপৰ বিজয়ী ফ্ৰান্সে ডেনমাৰ্কৰ বিৰুদ্ধে গ'ল শূন্যভাৱে ড্ৰ খেলি পইন্ট ভগাই লয়।দুয়োটা দলেই সুন্দৰ খেল প্ৰদৰ্শনেৰে গ'ল দিয়াৰ চেষ্টা কৰে যদিও সফল হব নোৱাৰিলে।ফ্ৰান্সে আগতেই নকআউটত প্ৰৱেশ কৰিছিলে যদিও ডেনমাৰ্কে মেচ খন ড্ৰ কৰোৱাতো দৰকাৰ আছিল।ফৰাচী দলতো ৭পইন্টেৰে গ্ৰুপৰ শীৰ্ষত থকাৰ বিপৰীতে ডেনমাৰ্ক ৫ পইন্টেৰে দ্বিতীয়ত থাকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com