প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশৰ লক্ষ্যৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে জাৰ্মানী

প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশৰ লক্ষ্যৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে জাৰ্মানী
Published on

ডিফেন্ডিং চেম্পিয়ন জাৰ্মানী বুধবাৰে কাজান এৰেনা ষ্ট্ৰেডিয়ামত অনুস্থিত গ্ৰুপ এফ'ৰ অন্য এখন খেলত এচিয়াৰ শক্তি দক্ষিণ কোৰিয়াৰ মুখামুখি হব।জাৰ্মানীয়ে দুখন খেলত ৩ পইন্ট অৰ্জন কৰাৰ বিপৰিতে দঃকোৰিয়া দুয়োখন খেলতে পৰাজয় বৰণ কৰিছে।তাৰকা সমৃদ্ধ দল জাৰ্মানী ফেভাৰেট হিচাপে অৱতীৰ্ন হলেও দঃকোৰিয়াই যে সহজে এৰি নিদিয়ে সেয়া নিশ্চিত।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com