প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিলৰ মুখামুখি মেক্সিকো

প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিলৰ মুখামুখি মেক্সিকো
Published on: 

ৰাচিয়া বিশ্বকাপৰ ফেভাৰেট ব্ৰাজিলে সোমবাৰে চামাৰা এৰেনা ষ্ট্ৰেডিয়ামত মেক্সিকোৰ মুখামুখি হব।নেইমাৰৰ উপস্থিতিত ব্ৰাজিল যথেষ্ট শক্তিশালী যদিও মেক্সিকোক পৰাস্ত কৰাতো ইমান সহজ নহব কাৰন গ্ৰুপত জাৰ্মানীৰ দৰে দলক পৰাস্ত কৰিছে।পাঁচবাৰৰ বিশ্বচেম্পিয়ন দলটোৱে নেইমাৰৰ কান্ধত ধৰিয়েই বিশ্বজয়ৰ সপোন দেখিছে।ব্ৰাজিলৰ আক্ৰমনৰ গুৰি ধৰিব নেইমাৰ আৰু কটিনহোৱে।নেইমাৰ স্বমহিমাৰে জিলিকি উঠাতো বিচাৰিছে তেওঁৰ অগনন সমৰ্থকে আৰু নিজৰ সামৰ্থ অনুযায়ী যদি খেলিব পাৰে তেতিয়া মেক্সিকোৰ বিদায় নিশ্চিত।

The Sentinel - of this Land, for its People
www.sentinelassam.com