প্ৰিয়ংকা চোপ্ৰাৰ নতুন আহিবলগীয়া ছবিৰ বাবে প্ৰস্তুতি

প্ৰিয়ংকা চোপ্ৰাৰ নতুন আহিবলগীয়া ছবিৰ বাবে প্ৰস্তুতি

Published on

প্ৰিয়ংকা চোপ্ৰাই পুনৰ ভূমুকি মাৰিব বলীউদলৈ।শেহতীয়াকৈ ২০১৬চনৰ প্ৰকাশ জাহৰ ছবি 'জয় গংগাজল' আৰু হলীউদৰ আমেৰিকান ড্ৰামা চিৰিছ 'কোৱাণ্টিক'ত দেখা পোৱা গৈছিল। প্ৰিয়ংকাই ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি "দ্যা স্কাই ইজ পিঙ্ক" ছবি খনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com