পৰেশ ৰাৱাল নিজকে সৌভাগ্যবান বুলি মত প্ৰকাশ

পৰেশ ৰাৱাল নিজকে সৌভাগ্যবান বুলি মত প্ৰকাশ
Published on

ৰাজকুমাৰ নিৰ্দেশক ৰনবীৰ কাপুৰৰ অভিনীত "সঞ্জু" ছবি খনত পৰেশ ৰাৱালে অভিনয় কৰিব পায় নিজকে গৌৰৱান বুলি মত প্ৰকাশ কৰিছে।ছবি খনত পৰেশ ৰাৱাল সঞ্জয় দত্তৰ পিতৃ চৰিত্ৰত অভিনয় কৰিব।অহা ২৯জুনত মুক্তি পাব সঞ্জয় দত্তৰ বায়পিক ছবি "সঞ্জু" ।

The Sentinel - of this Land, for its People
www.sentinelassam.com