ফল কৃত্ৰিমভাৱে পকোৱা ৰোধ কৰিবলৈ চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ফল কৃত্ৰিমভাৱে পকোৱা ৰোধ কৰিবলৈ চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
Published on

কৃত্ৰিমভাৱে ফল পকোৱাৰ গুৰুতৰ ফলাফলৰ বিষয়ে সজাগ হৈ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক এই সমস্যাটো সমাধানৰ বাবে কি কি ব্যৱস্থা হাতত ল'ব সেইবিষয়ে পৃথকে পৃথকে সদৰি কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com