ফেশ্বন শ্ব'ত সাফল্য লাভ ডিব্ৰুগড়ৰৰ নিলোৎপল শইকীয়া

ফেশ্বন শ্ব'ত সাফল্য লাভ ডিব্ৰুগড়ৰৰ নিলোৎপল শইকীয়া
Published on

ডিব্ৰুগড় জিলাৰ নিলোৎপল শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিঃ ইণ্ডিয়া গ্লেমাৰ ইণ্টাৰনেশ্যনেল ২০১৮ৰ "বেষ্ট পাৰ্চনেলিটী" খিতাপ লাভ কৰিবলৈ সক্ষম হয়। নিলোৎপল মৃদুল শইকীয়া আৰু কৰুণা শইকীয়াৰ পুত্ৰ লগৰে নেৰিম কমাৰ্চ ক'লেজৰ ছাত্ৰ।

The Sentinel - of this Land, for its People
www.sentinelassam.com