বনমন্ত্ৰী ব্ৰহ্মাই জনালে এজিপিৰ সচাঁ কথা

বনমন্ত্ৰী ব্ৰহ্মাই জনালে এজিপিৰ সচাঁ কথা
Published on: 

যোৱা ১জুনত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত এজিপিয়ে নাগৰিকত্ব বিলৰ সমস্যাক লৈ কোনো ধৰনৰ আলোচনা নকৰা বুলি প্ৰশ্ন উথাপিত হৈছিল।কিন্তু জানিব পৰা মতে এজিপিয়ে প্ৰায় আধা ঘণ্টা সময়জুৰি এই বিষয় লৈ আলোচনাত বহে বুলি মত প্ৰকাশ কৰে।বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মাই মত প্ৰকাশ কৰে যে ১জুনত হৈ যোৱা কেবিনেট বৈঠক খনত নাগৰিকত্ব বিল বাতিলৰ সমস্যাটো প্ৰধান আলোচনাৰ বিষয় নাছিল যদিও এজিপি সভাপতি অতুল বৰাই এই বিষয় লৈ ভালকৈ আলোচনাত বহে।

The Sentinel - of this Land, for its People
www.sentinelassam.com