বানপিড়ীত জিলাত উছাহৰ ধল

বানপিড়ীত জিলাত উছাহৰ ধল
Published on

যোৱাকালি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বানপিড়ীত জিলা ধেমাজিয়ে এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয় ।যোৱা বছৰৰ তুলনাত এইবাৰৰ ফলাফলে জিলা খনলৈ বিশেষ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয় ।হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৬.০৪ শতাংশ আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৫০.৬২ শতাংশ পাবলৈ সক্ষম হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com