বানবিধস্ত কেৰেলাৰ বাবে ৪০ কোটি টকা কেন্দ্ৰই অনুমোদন কৰিছে : কিৰেন ৰিজিজু

বানবিধস্ত কেৰেলাৰ বাবে ৪০ কোটি টকা কেন্দ্ৰই অনুমোদন কৰিছে : কিৰেন ৰিজিজু
Published on

কেন্দ্ৰীয় গৃহমন্ত্ৰী (ৰাজ্যিক) কিৰেন ৰিজিজু আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী এলফনচ কান্নানথানমে আজি ৰাতিপুৱা বানবিধস্ত কেৰালাৰ জিলাসমূহ ভ্ৰমন কৰে।কেন্দ্ৰীয় গৃহ (ৰাজ্যিক) মন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বানবিধস্ত কেৰেলাৰ বাবে ৪০ কোটি টকা অনুমোদন কৰিছে।তেওঁলোকে কাটায়াম,আলাপ্পুজা আৰু আৰনাকোলম পৰিদৰ্শন কৰে।বনাৰ্ত সকলক সকাস দিবলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰাৰ সংকল্পবদ্ধ হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com