বিধায়কৰ একাউন্টৰ পৰা ১৪ লাখ লুট হেকাৰৰ

বিধায়কৰ একাউন্টৰ পৰা ১৪ লাখ লুট হেকাৰৰ
Published on

যদি ৰাজ্যৰ ৰজাঘৰীয়া সকলৰে বেঙ্কৰ টকা সুৰক্ষিত নহয় তেতিয়া সাধাৰন জনতাৰ কি দশা হব।অসম গণ পৰিষদৰ বিধায়ক উৎপল দত্তৰ এছবিআই বেঙ্ক একাউন্টৰ পৰা প্ৰায় ১৪ লাখ টকা অন্তৰ্ধান হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।তেওঁ দিচপুৰ শাখালৈ লেনদেনৰ বাবে কথাতো গম পায়।বিধায়ক জনে জনোৱা মতে ১০০ বাৰতকৈ বেছি লেনদেন কৰা হৈছে আৰু তেওঁৰ মোবাইল নম্বৰ সলনি কৰি দিয়াৰ বাবে তথ্য খিনি পোৱা নগল।বিধায়ক দত্তই ইতিমধ্যে দিচপুৰ থানাত এজাহাৰ দখল কৰিছে।আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com