বিশ্ব চাইকেল দিৱস

বিশ্ব চাইকেল দিৱস

Published on

আজি বিশ্ব চাইকেল দিৱস।এখন সুস্থ সবল সমাজ গঢ়াৰ লগতে ইন্ধন ৰাহি কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মিডিয়া পাৰ্ছনছ চাইক্লিং ক্লাবৰ উদ্যোগত মহানগৰীৰ ৰাজপথত উলিওৱা হয় চাইকেল ৰেলী। গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা উলিওৱা হয় এই চাইকেল ৰেলী। অনুষ্ঠানত উপস্থিত থাকে পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ।

The Sentinel - of this Land, for its People
www.sentinelassam.com