বিশ্ব সংগীত দিৱস : আজিৰ গান সমূহৰ ওপৰত লতা মংগেশকাৰৰ মন্তৱ্য

বিশ্ব সংগীত দিৱস : আজিৰ গান সমূহৰ ওপৰত লতা মংগেশকাৰৰ মন্তৱ্য

Published on

কুকিল কণ্ঠীৰ গায়িকা লতা মংগেশকাৰে জানিব দিয়া অনুসৰি তেওঁ নিজে গোৱা গান সমূহ শুনিবলৈ ভাল নাপায়।তেওঁৰ গান সমূহ যথেষ্ট ভূল থকা বুলি ভাৱে যাৰবাবে তেওঁ নিজৰ গান সমূহ শুনিব ভাল নাপায়।ইয়াৰ লগতে তেওঁৰ আজিৰ প্ৰচলিত গান সমূহ শুনিবলৈ ভাল নাপায় কাৰন আজিৰ গান সমূহত কোনো ধৰনৰ ক্লাছিকেল মিউজিক নাথাকে।কিন্তু তেওঁ এ আৰ ৰহমান আৰু শংকৰ মহাদেৱনৰ গান সমূহ ভাল পায় কাৰন তেওঁলোকৰ গীত সমূহত ক্লাছিকেল গীতৰ এতিয়াও ৰস পোৱা যায়।ইয়াৰ উপৰিও পুৰণি গান সমূহক বৰ্তমানৰ নতুন ৰূপ প্ৰদান কৰি যি গান নিৰ্মান কৰা হয় সেইসমূহ গীত লতা মংগেশকাৰে পছন্দ নকৰে।তাতকৈ নিজে নতুনকৈ মিউজিক অৰ্থাৎ সুৰ উৎপন্ন কৰি গান নিৰ্মান কৰাটো বেছি ভাল বুলি তেখেতে মত প্ৰকাশ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com