বিশ্বৰ সবাতোতকৈ সস্তা গাড়ী টাটা নেন'ক বিদায়

বিশ্বৰ সবাতোতকৈ সস্তা গাড়ী টাটা নেন'ক বিদায়
Published on

বিশ্বৰ সবাতোতকৈ কম দামী গাড়ী টাটা নেন'ক বিদায় জনালে টাটা উদ্যোগে।গ্ৰাহকক ১০ বছৰীয়া সেৱা আগৱঢ়োৱাৰ পাছত নেন' বন্ধ কৰাৰ সিদ্ধান্ত ললে ৰতন টাটাই।টাটা মটৰচৰ লক্ষ্য আছিল যে গ্ৰাহক সকলে পকেটৰ বেছি টকা খৰচ নকৰাকে যেন গাড়ী কিনিব পাৰে।২০১৬-১৭ বৰ্ষত ৭,৫৯১ খন বিক্ৰী হোৱাৰ বিপৰিতে ২০১৭-১৮ বৰ্ষত মাত্ৰ ২৭৫ খনহে বিক্ৰী হয়।নেন'ৰ বিক্ৰী হ্ৰাস হোৱাৰ ফলত নেন' নিৰ্মান কৰাতো অতি কঠিন হৈ পৰিছিল উদ্যোগটোৰ বাবে।শেষত নেন'ৰ নিৰ্মান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ললে কোম্পানীটোৱে।

The Sentinel - of this Land, for its People
www.sentinelassam.com