বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ সাৱ্যস্ত

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ সাৱ্যস্ত
Published on

লখিমপুৰ জিলাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই নাওবৈচাৰ শিঙৰা নদীৰ বাবে হোৱা বানপানীৰ কাৰন সমূহৰ বিৰুদ্ধে প্ৰভাৱশালী পদক্ষেপ গ্ৰহন কৰিবলৈ দাবী উত্থাপন কৰে।বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ অন্তৰ্গত দ'লহাট-ফুলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শিঙৰা নদীৰ অবৈধ দখল কৰা সকলৰ উচ্ছেদ কৰাৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰে।ইয়াৰ উপৰিও সংগঠনটোৱে দ'লহাট-ফুলবাৰীৰ গড়কাপ্তানী পথত জিঅ'বেগ স্থাপনৰ বাবে দাবী জনাই কাৰন এই পথচোৱা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলহাট বজাৰ ৰেলৱে লাইনৰ পৰা দলহাট তিনিআলিলৈ শিঙৰা নদীৰ মথাউৰি হিচাপে আছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com