ব্ৰহ্মপুত্ৰৰ সঠিক খনন কাৰ্য্য এতিয়াও বাস্তবায়িত হ'বলৈ বাকী

ব্ৰহ্মপুত্ৰৰ সঠিক খনন কাৰ্য্য এতিয়াও বাস্তবায়িত হ'বলৈ বাকী
Published on

দিশপুৰৰ সঠিক সময়ত খননকাৰ্য্যৰ সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত থকা ব্যৰ্থতাই বহুসময়ত ৰাজ্যখনক আৰু ৰাইজক বিপদত পেলাইছে। ২০১৭ চনতে ৰাজ্য চৰকাৰে খননকাৰ্য্য চলোৱা যন্ত্ৰ এটা কিনি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উৎস সমূহত খনন চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু এই বিষয়ৰ কাৰণে পুঁজি আবণ্টণ হোৱাৰ পিছতো এই পৰ্যন্ত কোনোধৰণৰ খননকাৰ্য্য চলোৱা যন্ত্ৰ আহি পোৱা নাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com