ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
Published on

তিনিচুকীয়া জিলাৰ পেংগাৰি-বৰডুমচা আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।২নং কুজোপথাৰ অঞ্চলৰ মিখেল পুৰ্টিৰ পুত্ৰ জেৰাম পুৰ্টি নামৰ ধৃত ব্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰাতো আৰক্ষীৰ বাবে বৃহৎ সাফল্য বুলি জনায় পেংগাৰি-বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিৱ শইকীয়াই।ড্ৰাগছ খিনি বৰডুমচালৈ দ্বীপজ্যোতি ট্ৰেভেলচ নামৰ বাছ খনেৰে আনি থকা অৱস্থাত কৰায়ত্ব কৰি জেৰা অব্যাহত ৰাখিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com