বৰাকলৈ ১০০ কোটিৰ সাহাৰ্য্য ঘোষনা মুখ্যমন্ত্ৰীৰ

বৰাকলৈ ১০০ কোটিৰ সাহাৰ্য্য ঘোষনা মুখ্যমন্ত্ৰীৰ
Published on

বান বিধস্ত বৰাক উপত্যকাৰ কাচাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বৰ্নাত্যৰ শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১০০ কোটি টকাৰ পেকেজ ঘোষনা কৰে।সোনোৱালে চৰকাৰী বইচ হায়াৰ ছেকেন্ডেৰীত থকা বৰ্নাত্য শিবিৰ পৰিদৰ্শন কৰি বৰ্নাত্য সকলৰ লগত বাৰ্তালাপ কৰে। তেওঁ কাচাৰ জিলাৰ সন্মীলন গৃহত প্ৰশাসনীক বিষয়া সকলৰ লগতে স্থানীয় বিধায়ক সকলৰ লগত এখন বৈঠকত মিলিত হৈ বান পীড়িত ব্যক্তি সকলৰ সকলো ধৰণৰ সুবিধা দিবলৈ নিৰ্দেশ দিয়ে।বৈঠকৰ পাছত সাংবাদিকৰ সন্মুখত পেকেজৰ কথা ঘোষনা কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com