'ভাৰত' চিনেমাৰ বাবে হোলী গীতৰ চুটিং প্ৰিয়ংকা আৰু চলমান খানৰ

'ভাৰত' চিনেমাৰ বাবে হোলী গীতৰ চুটিং প্ৰিয়ংকা আৰু চলমান খানৰ
Published on

অহা বছৰ ঈদত আহিবলগীয়া চলমান খানৰ নতুন চিনেমা এতিয়াৰ পৰাই চৰ্চালৈ আহিছে। এই ছবিৰ যোগেদি ২বছৰৰ পিছত প্ৰিয়ংকা চোপ্ৰা বলিউদলৈ ঘূৰি আহিছে। ছবিখনত মূখ্য ভূমিকাত অভিনয় কৰিব চলমান খান, কেটৰিনা কাইফ, দিচা পটানি আৰু প্ৰিয়ংকা চোপ্ৰাই। চুলতানৰ নিৰ্দেশক আলী আব্বাছ জাফৰৰ এই ছবি খনৰ কাহিনী 'এন অদ টু মাই ফাডাৰ'ৰ পৰা লোৱা হৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com