ভুৱা নথি-পত্ৰ সৈতে এজনক গ্ৰেপ্তাৰ

ভুৱা নথি-পত্ৰ সৈতে এজনক গ্ৰেপ্তাৰ
Published on

অসম আৰক্ষীৰ অপৰাধী শাখাই যোৱা শুক্ৰ বাৰে গুৱাহাটীৰ ভৱেতোষ চাহা নামৰ ব্যক্তি এজনক টেণ্ডাৰৰ ভূৱা নথি-পত্ৰ আৰু ১কোটি টকাৰ জালিয়ঁতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত চাহাই টকা খিনি তপন কুমাৰ চাকমা নামৰ ব্যক্তি এজনক ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদত টেণ্ডাৰৰ কাম দিব বুলি আশ্বাস দি টকা আদায় কৰিছিল।চাহাৰ ঘৰ পশ্চিম বঙ্গৰ আলিপুৰ দুৱাৰত।

The Sentinel - of this Land, for its People
www.sentinelassam.com