মটৰচাইকেল চুৰ গ্ৰেপ্তাৰ

মটৰচাইকেল চুৰ গ্ৰেপ্তাৰ
Published on

দতালপাৰা অঞ্চলৰ পৰা ফটাশিল আমবাৰী আৰক্ষীয়ে দুটাকৈ মটৰচাইকেল চুৰ গ্ৰেপ্তাৰ কৰে।শান্তনু শইকীয়া আৰু পবিত্ৰ দাস নামৰ চুৰ দুটাৰ পৰা এএছ০১ডি৮৪৯৪ আৰু এএছ২৫এফ৯৯০৫ নম্বৰৰ দুখন স্কুটি জব্দ কৰে।আনফালে ফটাশিল আমবাৰী আৰক্ষীয়ে এজন যুৱক আৰু এটি শিশুক ব্লেডেৰে আক্ৰমন কৰা অনিচৰাজ আনচাৰী নামৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে।অপৰাধীটোয়ে আৰক্ষীৰ আগত দোষী স্বীকাৰ কৰা কৰা পাছতে থানাৰ পৰা পলায়ন কৰে।এনেদৰে অপৰাধী থানাৰ পৰা পলায়ন কৰা কাৰ্য্যত স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com