মণিপুৰত ভূমিস্খলনত ৯ জনৰ প্ৰাণ নাশ

মণিপুৰত ভূমিস্খলনত ৯ জনৰ প্ৰাণ নাশ
Published on

নেৰানেপেৰা বৰষুণৰ মণিপুৰৰ টামেংলং জিলাৰ নিউ চালেম আৰু নেইগাইলুৱাং গাওঁত হোৱা ভূমিস্খলনৰ ফলত শিশু সহ ৯ জন মৃত্যুমুখত পৰে।তিনিটাকৈ ভূমিস্খলনৰ ঘটনাত চালেম জিলাৰ বহুত সংখ্যক গৃহ ভাঙি যায়।প্ৰতেক বছৰতেই উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বানপানীৰ বাবে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে।এইবছৰ অসমতেই ভূমিস্খলনৰ ফলত ১৭ টাকৈ মৃত্যুৰ খবৰ পোৱা গৈছে।টামেংলং জিলাৰ দণ্ডাধীষ ৰবিন্দৰ সিঙে কয় যে মৃত্যুদেহ সমূহৰ উদ্ধাৰৰ বাবে জিলা প্ৰশাসনে যুদ্ধ গতিত অভিযান আৰম্ভ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com