মহিলা লেখিকাই পালন কৰে বৰ্ষপতি অনুষ্ঠান

মহিলা লেখিকাই পালন কৰে বৰ্ষপতি অনুষ্ঠান
Published on: 

গুৱাহাটীৰ ৰূক্মিনী নগৰত দিশপুৰ শাখাত সদৌ অসম লেখিকা সমাৰোহৰ প্ৰথমটি বৰ্ষপতি অনুষ্ঠান পালন কৰে।২০১৭ৰ ৫জুনত গঠন হোৱা এই কমিটী খনৰ সভাপতি সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্য্য।

The Sentinel - of this Land, for its People
www.sentinelassam.com