মহিলাসকলক নেতৃত্ব বহন কৰিবলৈ আগবঢ়াই দিলে উন্নয়নৰ হাৰ বৃদ্ধি হ'ব

মহিলাসকলক নেতৃত্ব বহন কৰিবলৈ আগবঢ়াই দিলে উন্নয়নৰ হাৰ বৃদ্ধি হ'ব
Published on

মূখ্যমন্ত্ৰী সোণোৱালে বুধবাৰে তিনিচুকীয়াত ২২টা মহিলা আত্মসহায়ক গোটক চেক প্ৰদান কৰে। তিনিচুকীয়াৰ জনমুখত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অনুষ্ঠিত কৰা মহিলা সমাৰোহ, ২০১৮ ত অংশ লৈ কয় যে "যেতিয়া এখন সমাজে মহিলাসকলক নেতৃত্ব ল'বলৈ আগবঢ়াই দিয়ে আৰু মহিলাসকলক সন্মান প্ৰদৰ্শন কৰাৰ পৰিৱেশ গঢ়ি তোলে তেতিয়া সেই সমাজখন উন্নতিৰ দিশে আগবাঢ়ে।" চৰকাৰে মহিলা সবলীকৰণৰ বাবে কনকলতা মহিলা সবলীকৰণ আঁচনি মুকলি কৰে যাৰ জৰিয়তে মহিলা সবলীকৰণৰ বিষয়টোৱে যুক্তিগত সমাধান লাভ কৰিব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com