মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা
Published on

উদালগুৰুি জিলাৰ ঔৰাঙ্গ লক্ষ্মী মন্দিৰত মহিলা কুৰ্মী সমাজে আৰু জিলা এস্কচাইচ বিভাগৰ এস্কচাইচ অধীক্ষক প্ৰিতম বৰুৱাই মাদকদ্ৰব্যৰ বিৰুদ্ধে সমাজ সজাগতা সভা এখন আয়োজন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com