মুখ্যমন্ত্ৰী সোণোৱালে স্থাপন কৰে ৰেলৱে অভাৰব্ৰীজৰ আধাৰশিলা

মুখ্যমন্ত্ৰী সোণোৱালে স্থাপন কৰে ৰেলৱে অভাৰব্ৰীজৰ আধাৰশিলা
Published on
যোৱা শুক্ৰবাৰে বৰপেটাত অনুষ্ঠিত হোৱা বৰপেটা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সংযোগী ঘাইপথত ৪৩.৮৭ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া ৰেলৱে অভাৰব্ৰীজৰ আধাৰশিলা স্থাপন কৰে ।কেন্দ্ৰীয় চৰকাৰৰ এন এল চি পি আৰ আচঁনিৰ অধীনত এই ব্ৰীজ খন নিৰ্মাণৰ কাম কৰা হব।
The Sentinel - of this Land, for its People
www.sentinelassam.com