মুখ্যমন্ত্ৰী সোণোৱালৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন শ্বহীদ কুশল কোৱঁৰলৈ

মুখ্যমন্ত্ৰী সোণোৱালৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন শ্বহীদ কুশল কোৱঁৰলৈ
Published on

যোৱা শুক্ৰবাৰে গোলাঘাট জিলাৰ সৰুপথাৰত ধনশিৰীৰ উপ বিভাগৰ শাসকীয় সংস্থাৰ লগতে সদৌ অসম স্বাধীনতা সংগ্ৰামী সংস্থাই স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোৱঁৰৰ ৭৫সংখ্যক মৃত্যু দিৱস উপলক্ষে এখন সভা আয়োজন কৰে। এই সভাত মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত থাকে।সৰুপথাৰৰ পদুমনিত কুশল কোৱঁৰৰ স্মৃতি স্বৰূপে এখন স্মৃতি উদ্যান নিৰ্মাণ কৰা হব বুলি মুখ্যমন্ত্ৰী সোণোৱালে ঘোষণা কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com