মেঘালয়ত বৃহৎ পৰিমানৰ অস্ত্ৰৰ লগতে গুলি উদ্ধাৰ

মেঘালয়ত বৃহৎ পৰিমানৰ অস্ত্ৰৰ লগতে গুলি উদ্ধাৰ
Published on

মেঘালয়ৰ পূৱ গাৰো পাহাৰত আৰক্ষীয়ে বৃহৎ পৰিমানৰ অস্ত্ৰৰ লগতে সজীৱ গুলি উদ্ধাৰ।বাৱেগ্ৰে আৰু ডৰেংকিগ্ৰে গাওঁৰ ৰাইজে আৰক্ষীক পূৰ্ণ সহযোগিতা আগবঢ়াই অস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।৩৪৭ টা আৰডিএক্স,দুটা একে ৰাইফল,এটা একে৫৬ ৰাইফল,৪টা পিস্তল,৬টা মেগাজিন,৫২টা ৭.৬৫এমএম ৰাইফল আদি কৰি বৃহৎ পৰিমান অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলে সক্ষম হয়।উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযানৰ বাবে ৰাইজে আৰক্ষীক সহায় কৰি আহিছে।অস্ত্ৰখিনি যাতে দুষ্টচক্ৰৰ হাতত যাতে নপৰে তাৰ বাবে আৰু অস্ত্ৰ উদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com