যুৱ শক্তি বৃদ্ধিৰ বাবে কাম কৰিব ইউৱাইডিএফে

যুৱ শক্তি বৃদ্ধিৰ বাবে কাম কৰিব ইউৱাইডিএফে
Published on: 

কোকাৰাঝাৰত নতুনকৈ গঠন হোৱা ইউনাইটেড য়ুথ'চ ড্ৰেমক্ৰেটিক ফেডাৰেচন ( UYDF) নামৰ সংগঠনটোৱে যুৱ শক্তি বৃদ্ধিৰ কাম কৰিব বুলি জানিব দিয়ে।কোকাৰাঝাৰ প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৰ অধক্ষ্য গৰ্জান মোছাহাৰীয়ে কয় যে আমি ৰাজনৈতিক দল সমূহে মিচা প্ৰতিশ্ৰুতি দি আহিছে।যুৱ শক্তি হৈছে এখন দেশৰ ভৱিষ্যত সেইকাৰনে তেওঁলোকক আগবঢ়াই নিবৰ বাবে যুৱক- যুৱতী সকলক এখন মঞ্চ দিয়া আমাৰ কতৰ্ব্য। মোচাহাৰীয়ে যুৱ পেঞ্চনৰ দাবী উত্থাপন।কৰে।সংবাদমেলত সংগঠনটোৰ বিষয়ববীয়া সকল উপস্থিত থাকি ভাষন প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com