যেতিয়া কিছুমান বিদেশী ন্যায়াধিকৰণ বিফল হয়

যেতিয়া কিছুমান বিদেশী ন্যায়াধিকৰণ বিফল হয়
Published on

বিদেশী ন্যায়াধিকৰণ অসমলৈ আহিছিল অবৈধ বিদেশী চিনাক্ত কৰাৰ বাবে। কিন্তু যেতিয়া এই ন্যায়াধিকৰণবোৰৰ কিছুমানৰ দণ্ডাদেশত ক্ৰুটি থাকে তেতিয়াই এইবোৰ মূল উদ্দেশ্যত বিফল হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে ২২০ টা দণ্ডাদেশ নাকচ কৰিছে, যিবোৰত যুৰীয়াত থকা বিদেশী ন্যায়াধিকৰণ ৪ আৰু নগাঁও সদৰত থকা বিদেশী ন্যায়াধিকৰণ ৫ এ ভাৰতীয় নাগৰিকৰ ওপতৰে সন্দেহ প্ৰকাশ কৰা হৈছিল। এই ২২০ টা দণ্ডাদেশৰ ভিতৰত ১৮৮ টা যুৰীয়াৰ আৰু ৩২ টা নগাঁও সদৰৰ।

The Sentinel - of this Land, for its People
www.sentinelassam.com