যোৰাবাটত কৃত্ৰিম বান

যোৰাবাটত কৃত্ৰিম বান

Published on

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ যোৰাবাটত যোৱা সোমবাৰৰ বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হয়। যোৰাবাটৰ স্থানীয় লোক সকলৰ লগতে স্থানীয় প্ৰশাসন আৰু এনএইচএআই সকলক দোষাৰোপ কৰিছে যে কৃত্তিম বানপানীৰ কাৰণ সেইসকল লোক যাৰ দ্ধাৰ কৃত্তিম বানপানীৰ সৃষ্টি হৈছে।সোমবাৰৰ বৰষুণ জাকৰ ফলত প্ৰায় ১০০খন মান যান-বাহন বানপানীত ক্ষতি হোৱা পৰিলক্ষিত হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com