লক্ষিমপুৰ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত

লক্ষিমপুৰ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত
Published on

সদৌ ভাৰতীয় যুৱ কংগ্ৰছ কমিতিয়ে আনন্দ নৰহক লক্ষিমপুৰ জিলাৰ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ঘোষনা কৰিছে।২৬ জুনতে আন পদ সমূহৰ ফলাফল ঘোষনা কৰা হৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে সভাপতি পদতো ঘোষনা কৰা হোৱা নাছিল।নৰহে ৬২৮ টা ভোট লাভ কৰি বিজয়ী হোৱা তথ্য ৱেবচাইটত যোগে উপলব্ধ হয় বুলি জানিবলৈ দিয়ে লক্ষিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ মিডিয়া কক্ষৰ সভাপতি তথা জিলা সম্পাদক গংগাজ্যোতি টায়েগামে।নৱ নিৰ্বাচিত সভাপতি আনন্দ নৰহক লক্ষিমপুৰ জিলা কংগ্ৰেছ কমিটিয়ে শুভকামনা জ্ঞাপন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com