লেহেমীয়া গতিৰ কামৰ নামত সময় আৰু খৰচ বৃদ্ধি

লেহেমীয়া গতিৰ কামৰ নামত সময় আৰু খৰচ বৃদ্ধি
Published on: 

অসমত চলি থকা ভিন্ন কেন্দ্ৰীয় যেনে ১৫০কোটি টকাতকৈও অধিক টকাৰ প্ৰজেক্ট সমূহ অতি লেহেমীয়া গতিৰে আগবাঢ়ে,যাৰ ফলত ইয়াৰ শাস্তি ভোগ কৰিব লাগে সাধাৰণ ৰাইজে।শেষ ৰিৰ্পটৰ মতে ইউনিয়ন মন্ত্ৰালয় পৰিসংখ্যা কাৰ্যক্ৰম আৰু ৰূপায়ন বিভাগে নিৰীক্ষণ কৰি এই কথা সদৰী কৰে।৫০টা কেন্দ্ৰীয় বাজেটৰ প্ৰজেক্টৰ কাম সম্পন্ন হোৱালৈ ১৫ ৰ পৰা ১২২ মাহ পৰ্য্যন্ত সময় লাগে ।

The Sentinel - of this Land, for its People
www.sentinelassam.com