লো অবৈধ সৰবৰাহকাৰী গ্ৰেপ্তাৰ:

লো অবৈধ সৰবৰাহকাৰী গ্ৰেপ্তাৰ:
Published on: 

এন এফ ৰেলৱে আৰক্ষীয়ে শিৱসাগৰৰ আমগুৰি আৰক্ষীৰ সহায়ত বৃহস্পতিবাৰে ৰাতি আলতাৱ আহমেদ (৪৭) আৰু মাইনা খান (৩৮) ক এন এফ ৰেলৱেৰ লোৰ বাৰ আৰু অন্যান্য লোৰ সামগ্ৰী চোৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। খবৰ অনুসৰি অভিযুক্ত দুজনে এন এফ ৰেলৱেৰ শিমলাগুৰি জংচনৰ পৰা লোৰ বাৰ আৰু আন মূল্যৱান সামগ্ৰী এখন মিনি ট্ৰাকত লৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে আতক কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com