শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য লিফটত আৱদ্ধ

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য লিফটত আৱদ্ধ
Published on

জনতা ভৱনত লিফ্টত আবদ্ধ হ'ল ৰাজ্যিক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।জনতা ভৱনৰ ডি ব্লকৰ দ্বিতীয় মহলাত আৱদ্ধ শিক্ষা মন্ত্ৰী গৰাকী।প্ৰায় ১৫ মিনিট ধৰি আৱদ্ধ হৈ আছিল লিফ্টত।নিজ কাৰ্যালয়ৰ পৰা নামি আহি দ্বিতীয় মহলা পাওঁতেই লিফটটো যান্ত্ৰিক বিজুতিৰ বাবে বন্ধ হৈ পৰে আৰু মন্ত্ৰী গৰাকী আৱদ্ধ হ'বলগীয়া হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com