শৌচ মুক্ত জিলা ঘোষণা ধুবুৰী

শৌচ মুক্ত জিলা ঘোষণা ধুবুৰী
Published on: 

মুকলি শৌচ মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে ধুবুৰীক।এই কথা সদৰী হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পি এইচ ই ডি বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰদান কৰা অভিনন্দন পত্ৰ পৰা জানিব পৰা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com