শ্বাহৰুখ খান আৰু কৰিনা কাপুৰক একেলগে দেখা পোৱা যাব মহাকাশচাৰী ৰাকেশ শৰ্মাৰ বায়পিক'ত

শ্বাহৰুখ খান আৰু কৰিনা কাপুৰক একেলগে দেখা পোৱা যাব মহাকাশচাৰী ৰাকেশ শৰ্মাৰ বায়পিক'ত
Published on: 

"বীৰে দি ৱেডিং"ৰ পিছতে মোহময়ী অভিনেত্ৰী কৰিনা কাপুৰ খানক দেখা পোৱা যাব শ্বাহৰুখ খানৰ সৈতে এখন বায়পিক' 'চেলুট' ছবিত। ছবি খন ভাৰতৰ প্ৰথম জন মহাকাশচাৰীৰ ৰাকেশ শৰ্মাৰ ওপৰত নিৰ্মান কৰা হব।

কৰিনা কাপুৰ খানক ছবি খনত 'মধু' চৰিত্ৰটি দেখা পোৱা যাব।মধু হৈছে ৰাকেশ শৰ্মাৰ পত্নী ইণ্টেৰিয়ৰৰ ডিজাইনাৰ হিচাপে চৰিত্ৰটিত অভিনয় কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com