শ্বাহৰুখ খানে ঈদ পালন কৰিলে ফিল্ম জিৰ'ৰ টীমৰ সৈতে

শ্বাহৰুখ খানে ঈদ পালন কৰিলে ফিল্ম জিৰ'ৰ টীমৰ সৈতে
Published on

শ্বাহৰুখ খানৰ নতুনকৈ আহিবলগীয়া ছবি জিৰ'ৰ টীমৰ সৈতে ঈদ পালন কৰিলে অ'ৰালেণ্ডত।ছবি খনত শ্বাহৰুখনৰ লগত অনুষ্কা আৰু কেটৰিনাকো দেখা পোৱা যাব।ছবি জিৰ' মুক্তি পাব চলিত বৰ্ষত ২১ডিচেম্বৰত।

The Sentinel - of this Land, for its People
www.sentinelassam.com