শ্বিলং মাওখাৰ সান্ধ্য আইনৰ ভিতৰত

শ্বিলং মাওখাৰ সান্ধ্য আইনৰ ভিতৰত
Published on

শ্বিলংত হৈ থকা পৰিস্থিতিক লৈ বৰ্তমানেও সান্ধ্য আইন অব্যাহত আছে।যোৱা দেওবাৰে পুলিচ আৰু প্ৰতিবাদকাৰী সকলৰ মাজত শিলাবৰ্ষণৰ পিছত পৰিস্থিতি আৰু বেয়াৰ পিনে ঢ়াল খোৱাত আৰক্ষীয়ে চকুপানী গেছৰ ব্যৱহাৰ কৰি পৰিস্থিতি ৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু মাওখাৰ অঞ্চলটি সান্ধ্য আইন অব্যাহত ৰাখে।

The Sentinel - of this Land, for its People
www.sentinelassam.com